লখিমপুৰঃ অসম-অৰুণাচল সীমান্তৰ পথালিপাহাৰৰ আদৰ্শ গাঁৱত পুনৰ অসমৰ ভূমি দখলৰ চেষ্টা অৰুণাচলীৰ। মাৰনাস্ত্ৰ লৈ অসমৰ ভূমিত হাবি কাটি বেদখলৰ অপচেষ্টা।

হাতত দা ,মাৰণাস্ত্ৰ লৈ অসমৰ ভূমিত অসমৰ মানুহক ধমক দি মাটি দখলৰ চেষ্টা কৰে।

নিতৌ নতুন নতুন তথা সন্দেহজনক অৰুণাচলীৰ লুভীয়া দৃষ্টি অসমৰ ভূমিত।

লগতে পঢ়কঃঅস্ত্ৰসহ আত্মসমৰ্পন আনলা দুই দুধর্ষ কেডাৰৰ

পথালি পাহাৰৰ উক্ত ভূমিৰ গৰাকীক অৰুণাচলীয়ে মাৰনাস্ত্ৰ লৈ শাৰীৰিক ভাৱে আক্ৰমণৰ চেষ্টা কৰে।

ইমানৰ পাছতো অসমৰ লখিমপুৰ জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply