নিউজ ডেস্ক : তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৬ টা পদত নিযুক্তি ওলাইছে। উক্ত পদ সমূহ হৈছে ইণ্টাৰ্নেল অ’ডিট অ’ফিচাৰ (আই এ অ’), সহকাৰী পঞ্জীয়ক, ডেপুটি লাইব্ৰেৰিয়ান, ইনফৰমেচন ছাইন্টিষ্ট, ইউ ডি চি, এল ডি চি, জুনিয়ৰ এছিচটেণ্ট আৰু টেকনিকেল এছিচটেণ্ট।
অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে। আৱেদনৰ অন্তিম তাৰিখ ১৩ জুলাই।
খালী হৈ থকা পদসমূহ :
ইণ্টাৰ্নেল অ’ডিট অ’ফিচাৰ (আই এ অ’)
১ টা পদ
বয়সৰ সীমা : ৫০ বছৰৰ কম হ’ব লাগিব
ডেপুটি লাইব্ৰেৰিয়ান (কেন্দ্ৰীয় গ্ৰন্থাগাৰ):
১ টা পদ
বয়সৰ সীমা : ৩৫ বছৰৰ কম হ’ব লাগিব
সহকাৰী পঞ্জীয়ক
২ টা পদ
বয়সৰ সীমা : ৩৫ বছৰৰ কম হ’ব লাগিব
দৰমহা : পে’ বেণ্ড ১৪,০০০ৰ পৰা ৬০,৫০০ টকা, গ্ৰে’ড পে’ ৮,৭০০ টকা
আপাৰ ডিভিজন ক্লাৰ্ক (ব্যৱস্থাপনা)
৪ টা পদ
বয়সৰ সীমা : ১৮ৰ পৰা ২৭ বছৰৰ ভিতৰত
শিক্ষাগত অৰ্হতা : স্নাতক ডিগ্ৰীধাৰি
আপাৰ ডিভিজন ক্লাৰ্ক
৪ টা পদ
বয়সৰ সীমা : ১৮ৰ পৰা ২৭ বছৰৰ ভিতৰত
শিক্ষাগত অৰ্হতা : উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
জুনিয়ৰ একাউনটেণ্ট (ব্যৱস্থাপনা)
২টা পদ
বয়সৰ সীমা : ১৮ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব।
শিক্ষাগত অৰ্হতা : স্নাতক ডিগ্ৰীধাৰি
টেকনিকেল এছিচটেণ্ট (পদাৰ্থ বিজ্ঞান)
১টা পদ
বয়সৰ সীমা : ১৮ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব
শিক্ষাগত অৰ্হতা : বাণিজ্যত স্নাতক ডিগ্ৰীধাৰি।
আৱেদনৰ মাচুল ৫০০ টকা। এছ চি, এছ টি আৰু পি ডব্লিউ ডি শ্ৰেণীৰ প্ৰাৰ্থীসকলে মাচুল দিব নালাগে।
বেংকৰ ঠিকনা
Account Name: Tezpur University Recurring
Savings Bank Account No. 37854250831
Bank Name & Branch: State Bank of India, Tezpur University Branch
Napaam, Tezpur-784028, Assam
IFS Code: SBIN0014259
বিতং তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
অনলাইন আৱেদন কৰিবলৈ ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : আলোচনাৰ মেজলৈ আহিবলৈ হ’লে আলফাই স্বাধীন অসমৰ দাবী বাদ দিব লাগিব : মুখ্য মন্ত্ৰী