বিশ্বজিত দৈমাৰী

কাইলৈৰ পৰা অসম বিধানসভাৰ অধিবেশন আৰম্ভ হ’ব | তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিবেশন |

পঞ্চদশ অসম বিধানসভাৰ অধ্যক্ষ হ’ব পানেৰী সমষ্টিৰ বিজেপিৰ বিধায়ক বিশ্বজিত দৈমাৰী।
ৰাজ্যিক বিজেপিৰ বিষয়-ববীয়াৰ সভাত এই সন্দৰ্ভত লোৱা হৈছে সিদ্ধান্ত।
বিধানসভাৰ পৰৱৰ্তী উপাধ্যক্ষ হ’ব বোকাজানৰ বিধায়ক ডা: নোমল মমিন।
ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰৰ অধিবেশনত ৫০ শতাংশ বিধায়কহে উপস্থিত থাকিব পাৰিব | এইবাৰৰ অধিবেশনতেই সকলো নিৰ্বাচিত বিধায়কে শপত গ্ৰহন কৰিব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply