গুৱাহাটী : সোমবাৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ১৩ খন বিধেয়ক এইবাৰৰ শীতকালীন অধিবেশনত দাখিল কৰাৰ বাবে সাজু চৰকাৰ।

এখন নতুন বিধেয়ক আৰু ১২ খন সংশোধনী বিধেয়ক এইবাৰ আনিব চৰকাৰে। সংশোধনী বিধেয়কৰ তালিকাত অসম পশুধন সুৰক্ষা বিধেয়কো আছে। তৃতীয় চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ নিযুক্তি সম্পৰ্কীয় বিধেয়কো উত্থাপনৰ সম্ভাবনা।

লগতে পঢ়ক  :  কেৱল ৰাজনৈতিক লাভালাভৰ বাবে মৰাণক মহকুমা ঘোষণা কৰিছিল কংগ্ৰেছ চৰকাৰে

অসম বিধাধসভাত প্ৰথমবাৰৰ বাবে ব্যবহাৰ কৰা হ’ব প্ৰযুক্তি, য’ত প্ৰশ্নোত্তৰ ব্যবস্থা লাভ কৰিব। এই সন্দৰ্ভত জানিবলৈ দিয়ে বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply