বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখ‍তৰ ৰজ‍বাৰীত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকে মৃত্যুক সাবটি লয়।

জানিব পৰা মতে, আজি পুৱা এখন বলেৰ’ পিক আপ ভানে মহতীয়াই নিয়ে লোকজনক।

নিহত লোকজনক ৰজাবাৰী নিবাসী বৰডেকা দাস বুলি চিনাক্ত কৰা হৈছে। নিহত দাস এজন মূক বধিৰ ব্যক্তি আছিল।

প্ৰত্যক্ষদৰ্শীৰ মতে লোকজনে পথৰ কাষেৰে খোজ কাঢ়ি গৈ থকাৰ সময়তে বাহনখনে তেওঁক মহটিয়াই নিয়ে।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰি বলেৰ’ পিক আপ ভানখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

লগতে পঢ়ক – একনাথ সিন্দে কিয় হ’ল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply