নিউজ ডেস্কঃ অসমৰ তাৰকা বক্সাৰ অংকুশিতা বড়ো বিবাহপাশত আবদ্ধ হ’ল।

বক্সিং প্ৰশিক্ষক ত্ৰিদিব বৰাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলে শোণিতপুৰ জিলাৰ কাৱৈমাৰীৰ মেঘাইজাৰণিৰ জীয়ৰী অংকুশিতাই।

উল্লেখযোগ্য যে ২০১৭ত গুৱাহাটীত অনুষ্ঠিত আইবা বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জনৰে সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰিছিল অংকুশিতা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply