নিউজ ডেস্ক: শিলচৰত ক্ষুদ্ৰ সচিবালয় স্থাপনৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। মঙলবাৰে শিলচৰত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেট বৈঠকৰ পিছতে কাচাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি মুখ্য মন্ত্ৰীয়ে শিলচৰ মিনি ছেক্ৰেটেৰিয়েটৰ অসম চৰকাৰে ১৩৫ কোটি টকা আবণ্টন জনোৱা বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক – ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত চাৰিজন ছাত্ৰক নিলম্বন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply