নিউজ ডেস্ক : অইল ইণ্ডিয়া লিমিটডে এক বিজ্ঞাপন জৰিয়তে আগ্ৰহী প্ৰাৰ্থীৰ পৰা ৫০০ টা এপ্ৰেণ্টিস পদৰ বাবে আৱেদন আহ্বান কৰিছে।

OIL Assam JobsRecruitment Details
Name of the postsApprentice
No. of posts500 (approx)
SalaryN/A
Age LimitN/A
Last Date14/07/2021

পদ সমূহ হৈছে :

  • Fitter
  • Turner
  •  Electrician
  •  Wireman
  • Machinist
  •  Welder
  •  MMV
  •  Plumber
  •  Instrument Mechanic
  •  Secretarial Assistant
  • Stenography (E)
  •  COPA
  •  Mech. R&AIC
  •  Mech. Electronics
  •  Cable Jointer
  •  Surveyor
  •  Draughtsman (Civil)
  •  Mechanic Diesel

আৱেদনৰ পূৰ্বে ইচ্ছুক প্ৰাৰ্থীসকলে www.apprenticeshipindia.org ৱেবছাইটত নিজকে পঞ্জীয়ন কৰি ল’ব লাগিব।

প্ৰাৰ্থীসকলে আৱেদনৰ সময়ত মেট্ৰিক পৰীক্ষাৰ চাৰ্টিফিকেট/মাৰ্কশ্বীট তথা সংশ্লিষ্ট বিভাগৰ চাৰ্টিফিকেট/মাৰ্কশ্বীট আপল’ড কৰিব লাগিব।

আৱেদনৰ অন্তিম তাৰিখ হৈছে ১৪ জুলাই ২০২১।

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : মেৰী কমৰ চৰিত্ৰত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰাটো ‘হৃদয়বিদাৰক’ : কিয় এনেদৰে ক’লে লিন লেইশ্ৰামে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,118 other subscribers

Leave a comment

Leave a Reply