নিউজ ডেস্ক : অইল ইণ্ডিয়া লিমিটডে এক বিজ্ঞাপন জৰিয়তে আগ্ৰহী প্ৰাৰ্থীৰ পৰা ৫০০ টা এপ্ৰেণ্টিস পদৰ বাবে আৱেদন আহ্বান কৰিছে।
OIL Assam Jobs | Recruitment Details |
Name of the posts | Apprentice |
No. of posts | 500 (approx) |
Salary | N/A |
Age Limit | N/A |
Last Date | 14/07/2021 |
পদ সমূহ হৈছে :
- Fitter
- Turner
- Electrician
- Wireman
- Machinist
- Welder
- MMV
- Plumber
- Instrument Mechanic
- Secretarial Assistant
- Stenography (E)
- COPA
- Mech. R&AIC
- Mech. Electronics
- Cable Jointer
- Surveyor
- Draughtsman (Civil)
- Mechanic Diesel
আৱেদনৰ পূৰ্বে ইচ্ছুক প্ৰাৰ্থীসকলে www.apprenticeshipindia.org ৱেবছাইটত নিজকে পঞ্জীয়ন কৰি ল’ব লাগিব।
প্ৰাৰ্থীসকলে আৱেদনৰ সময়ত মেট্ৰিক পৰীক্ষাৰ চাৰ্টিফিকেট/মাৰ্কশ্বীট তথা সংশ্লিষ্ট বিভাগৰ চাৰ্টিফিকেট/মাৰ্কশ্বীট আপল’ড কৰিব লাগিব।
আৱেদনৰ অন্তিম তাৰিখ হৈছে ১৪ জুলাই ২০২১।
বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : মেৰী কমৰ চৰিত্ৰত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰাটো ‘হৃদয়বিদাৰক’ : কিয় এনেদৰে ক’লে লিন লেইশ্ৰামে?