নিউজ ডেস্ক : শুকুৰবাৰে নাগপুৰত গৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভগৱতক সাক্ষাৎ কৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এমাহ পূৰ্বে ৰাজ্যৰ মুখ্য মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পিছত মুখ্য মন্ত্ৰী শৰ্মাৰ এইয়া প্ৰথমটো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্য্যালয় ভ্ৰমণ।

এক সূত্ৰৰ মতে মুখ্য মন্ত্ৰী গৰাকীয়ে আৰ এছ এছৰ মুখ্য কাৰ্য্যালয়ত এঘণ্টাতকৈ অধিক সময় পাৰ কৰে। অৱশ্যে এই বৈঠকত নেতা দুজনে কি আলোচনা কৰিলে সেই কথা জানিব পৰা হোৱা নাই।

লগতে পঢ়ক : বাবা ৰামদেৱৰ ওলোটা খৰ : ‘অতি শীঘ্ৰে’ ল’ব ভেকচিন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply