নিউজ ডেস্ক- সমগ্ৰ দেশতে আকৌ বৃদ্ধি পাব ধৰিছে কৰোণা ভাইৰাছৰ সংক্ৰমণ।

ভাৰতৰ কোনো কোনো প্ৰান্তত চৰকাৰে ইতিমধ্যে লকডাউনো ঘোষণা কৰিছে।

অসমত কৰোণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পাইছিল যদিও পুনৰ ৩৩ গৰাকীকৈ লোক কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৮৭২জনলৈ পাইছে বৃদ্ধি।

অসমত কৰোণা ভাইৰাছত চিকিৎসাধীন হৈ আছে ২৮০জন ৰোগী।

বুধবাৰৰ লৈকে সুস্থ হৈ উঠিছে ১৯জন লোক।

আনফালে, কোৰোনাত আক্ৰান্ত হৈ অসমত এতিয়ালৈকে মৃত্যু হৈছে ১০৯৯জন লোকৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply