গুৱাহাটীঃ পুনৰ এক ভূমিকম্পই জোকাৰি গ’ল অসম।
সন্ধিয়া প্ৰায় ৪ বাজি ৩৫ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত ।
এই ভূমিকম্পৰ প্রাবল্য আছিল ৩.৬ ৰিখটাৰ স্কেল।
লগতে পঢ়কঃমৰাণত টাই আহোম ছাত্ৰ সন্থা ত্যাগ কৰি টাইপাত যোগদান
ভূমিকম্পৰ উৎপত্তিস্থল আছিল দৰং জিলা।
ভূমিকম্পৰ জোকাৰণি কেৱল মধ্য অসম আৰু গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চলত অনুভুত হয়।