সমষ্টি বদৰপুৰ
দ্বিতীয় ৰাউন্ডৰ ফলাফল । (ইভিএম)
বিজেপি প্ৰাৰ্থী বিশ্বৰূপ ভট্টাচাৰ্য্য ২৫৪২
এআইইউডিএফ প্ৰাৰ্থী আব্দুল আজিজ ৪৫৭০
প্ৰথম ৰাউন্ডৰ অন্তত এআইইউডিএফ প্ৰাৰ্থী আব্দুল আজিজ ২০২৮ ভোটত অগ্ৰগতি লাভ কৰিছে ।

সমষ্টি উত্তৰ কৰিমগঞ্জ
তৃতীয় ৰাউন্ডৰ পিছৰ ফলাফল । (ইভিএম)

বিজেপি প্ৰাৰ্থী মানস দাস ৩৪৩৪
কংগ্ৰেছ প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্থ ৮৪৫৫
ৰাইজৰ দলৰ প্ৰাৰ্থী ছাহাবুল ইছলাম ৬৫৫০
তৃতীয় ৰাউন্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্থৰ অগ্ৰগতি

সমষ্টি পাথাৰকান্দি
দ্বিতীয় ৰাউন্ডৰ ফলাফল । (ইভিএম)

বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পাল ১২২৫
কংগ্ৰেছ প্ৰাৰ্থী শচিন শাহু ৭৪৯০
প্ৰথম ৰাউন্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী শচিন শাহু ৯২৯৮ ভোটত অগ্ৰগতি লাভ কৰিছে

সমষ্টি দক্ষিণ কৰিমগঞ্জ
দ্বিতীয় ৰাউন্ডৰ ফলাফল । (ইভিএম)

এজিপি প্ৰাৰ্থী আজিজ আহমেদ খান ৪৮৩২
কংগ্ৰেছ প্ৰাৰ্থী ছিদ্দিক আহমেদ ১০৪০৫
প্ৰথম ৰাউন্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী ছিদ্দিক আহমেদ ৪৮৩২ ভোটত অগ্ৰগতি লাভ কৰিছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,884 other subscribers

Leave a comment

Leave a Reply