গুৱাহাটী: জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক দলৰ পৰা বহিষ্কাৰ কৰা হয়।

‘দলবিৰোধী কাৰ্য্য’ত জড়িত থকাৰ অভিযোগত ডেকাক দলৰ পৰা বহিষ্কাৰ কৰা হয় বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰকাশ কৰা এখন দলীয় নিৰ্দেশনাত কোৱা হয়।

নিৰ্দেশনাখনত উল্লেখ কৰা মতে ইতিমধ্যে বহু কেইবাৰ তেওঁক দলক ‘ক্ষতি কৰা বক্তব্য’ প্ৰদান নকৰিবলৈ কৈ অহা হৈছে যদিও নিজে ‘লিখিত প্ৰতিশ্ৰুতি’ দিয়াৰ পিছতো তেওঁ ‘দলবিৰোধী কাৰ্য্য’ত লিপ্ত হৈ আহিছে।

উল্লেখযোগ্য যে অলপতে দলটোক লৈ নীলমণি সেন ডেকাই ফে’চবুকত দল নচলে বুলি কৰা মন্তব্য কৰি দলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

লগতে পঢ়ক – বানপানীৰ পৰা জীৱ জন্তুক ৰক্ষা কৰিবলৈ প্ৰায় ৪০ টা হাইলেণ্ড নিৰ্মাণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply