নিউজ ডেস্ক : অসম গেছ কোম্পানীত জ্যেষ্ঠ মেনেজাৰ, সহকাৰী মেনেজাৰ, বিষয়াৰ পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

জ্যেষ্ঠ মেনেজাৰ (Instrumentation & Project) – ২টা পদ।

শিক্ষাগত অৰ্হতা – বি ই (Instrumentation)। এম বি এ ডিগ্ৰী থকাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

দৰমহা – মাহিলি ৩০,০০০ৰ পৰা ১,১০,০০০ টকা, গ্ৰেড পে’ – ১৫,৭০০ টকা।

বয়সৰ উৰ্ধ্ব সীমা ৪৮ বছৰৰ ভিতৰত হ’ব লাগিব (০১.০১.২০২২ -ত)।

জ্যেষ্ঠ মেনেজাৰ (Sales & Marketing) ২টা পদ / জ্যেষ্ঠ মেনেজাৰ (Business Development & Marketing) ১টা পদ।

শিক্ষাগত অৰ্হতা – যিকোনো বিভাগত স্নাতক আৰু স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এম বি এ

দৰমহা – মাহিলি ৩০,০০০ৰ পৰা ১,১০,০০০ টকা, গ্ৰেড পে’ – ১৫,৭০০ টকা।

বয়সৰ উৰ্ধ্ব সীমা ৪৮ বছৰৰ ভিতৰত হ’ব লাগিব (০১.০১.২০২২ -ত)।

সহকাৰী মেনেজাৰ (Land) – ১টা পদ।

শিক্ষাগত অৰ্হতা – যিকোনো বিভাগত স্নাতক। এল এল বি ডিগ্ৰী থকাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

দৰমহা – মাহিলি ৩০,০০০ৰ পৰা ১,১০,০০০ টকা, গ্ৰেড পে’ – ১৪,৫০০ টকা।

বয়সৰ উৰ্ধ্ব সীমা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব (০১.০১.২০২২ -ত)।

বিষয়া (Public Relations & Co-ordination) – ১টা পদ।

শিক্ষাগত অৰ্হতা – যিকোনো বিভাগত স্নাতক আৰু স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এম বি এ

দৰমহা – মাহিলি ৩০,০০০ৰ পৰা ১,১০,০০০ টকা, গ্ৰেড পে’ – ১৩,৯০০ টকা।

বয়সৰ উৰ্ধ্ব সীমা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব (০১.০১.২০২২ -ত)।

আগ্ৰহী প্ৰাৰ্থীসকলে www.assamgas.org ত গৈ আৱেদনৰ পত্ৰ ডাউনল’ড কৰি সেইখন পূৰণ কৰি ১২.০১.২০২২ ভিতৰত পোৱাকৈ এই ঠিকনাত প্ৰেৰণ কৰিব পাৰে – The Managing Director, Assam Gas Company Limited, Duliajan, PIN: 786602।

অধিক তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – চত্তিশগড়-তেলেংগানা সীমান্তত ভয়ংকৰ সংঘৰ্ষ; ৬ জন নক্সাল নিহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply