গুৱাহাটী : ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে। ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিলে এগৰাকী অসম কন্যাই। নগাঁৱৰ নাজনীন ইয়াছমিনে কঢ়িয়াই আনিছে এই স্বীকৃতি।

নাজনীন ইয়াছমিন ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। নগাওঁ জিলাৰ বৃহত্তৰ কদমনি টাউন হাইস্কুলৰ শিক্ষক দম্পত্তী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াছমিন।

লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা

নাজনীনৰ এই সফলতাত গৌৰৱাম্বিত পিতৃ-মাতৃ, পৰিয়ালৰ লগতে নগাওঁবাসী। বহুজনে এই স্বীকৃতিৰ বাবে নাজনীন ইয়াছমিনক অভিনন্দন জ্ঞাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply