শিৱসাগৰঃ ”India book of records” ত নাম অন্তৰ্ভুক্ত কৰি শিৱসাগৰলৈ সুনাম কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে।

শিৱসাগৰৰ শুকানপুখুৰীৰ ধ্ৰুৱজ্যোতি কাকতি আৰু ৰূপজ্যোতি কাকতিৰ কন্যা নিমিষা কাকতি নামৰ যুৱতী গৰাকীয়ে মাধৱ দেৱৰ ”নৃসিংহ যাত্ৰা” অংকীয়া নাটখন চিত্ৰশৈলীৰে অংকন কৰি এই সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে।

লগতে পঢ়কঃলাভলীনা বৰগোহাঁইক উৎসাহিত কৰাৰ বাবে সমূহীয়া চাইকেল ৰেলী

৭৩ পৃষ্ঠাযোৰা এই নাটখন নিমিষাই কেৱল প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিয়ে অংকন কৰিছে।

শংকৰদেৱ আৰু মাধৱ দেৱে অংকীয়া নাট চিত্ৰশৈলীৰ জৰিয়তে সাঁচিপাটত অংকন কৰি গৈছিল তাৰ আৰ্হিতে নিমিষা কাকতিয়ে এই নাটখন অংকন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply