গুৱাহাটী : মৰিয়ণিসহ চাৰিটা বিধানসভা সমষ্টিৰ সম্ভাব্য উপনিৰ্বাচনৰ প্ৰস্তুতি আৰু সমষ্টিকেইটাত দলীয় আন্তঃগাঁথনিৰ বুজ ল’বলৈ অসম জাতীয় পৰিষদে তৎপৰতা আৰম্ভ কৰিছে৷ সেই মৰ্মে শনিবাৰে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই চাৰিখন উপ-সমিতি গঠন কৰি দিছে৷

উপ-সমিতিকেইখন এনে ধৰণৰ হ’ব:

মৰিয়ণি:
ইজৰাইল নন্দ
বাণী দাস
জিয়াউৰ ৰহমান
ৰাজু ফুকন
প্ৰদীপ সেন শৰ্মা

মাজুলী:
চিত্তৰঞ্জন বসুমতাৰী
ডঃ শংকৰজ্যোতি কুটুম
ডঃ উৎপল শৰ্মা
দ্বীপ পেগু
সত্যজিৎ ৰেগন

তামুলপুৰ:
অঞ্জন উপাধ্যায়
অমিতাভ বৰঠাকুৰ
গিৰিণ তালুকদাৰ
পংকজ লোচন গোস্বামী

গোসাইগাঁও:
দুলু আহমেদ
দেৱজিৎ অধিকাৰী
প্ৰিন্স ফাইজুল হক
ডাঃ আনিচ আহমেদ
অজয় তাঁতী

উপসমিতিকেইখনক অহা ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply