নিউজ ডেস্ক : অসম বিদ্যুৎ নিয়ামক নিগম (AERC)-ত নিযুক্তি সৃষ্টি হৈছে। নিগমে এক জাননী যোগে বিভাগটোত যুটীয়া সঞ্চালক (Regulatory Affairs and Finance Planning)-ৰ পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।
অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৬ জুলাই ২০২১-ৰ ভিতৰত অফলাইন যোগে আৱেদন কৰিব লাগিব।
যুটীয়া সঞ্চালক (Regulatory Affairs and Finance Planning)
পদৰ সংখ্যা – এটা পদ।
পে’ স্কেল – ৩০,০০০ – ১,১০,০০০ টকা, গ্ৰেড পে’ – ১৫,৭০০ টকা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা CA / ICWA / Chartered Financial Analyst (CFA) বা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Finance -ত MBA
ইয়াৰ উপৰি প্ৰাৰ্থী ১৫ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰি ২০২১ চনত ৫০ বছৰৰ ভিতৰত হ’ব লাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে Secretary, Assam Electricity Regulatory Commission, Bidyut Niyamak Bhawan, ASEB Campus, Six Mile, Guwahati – 781001 ঠিকনাত নিজৰ যাৱতীয় ডকুমেণ্টছসহ আৱেদন কৰিব লাগিব। আৱেদনৰ শেষ তাৰিখ ২৬.০৭.২০২১।
বিতং বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : চিৰদিনৰ বাবে বন্ধ হ’ব গুৱাহাটী মহাগনগৰীৰ সকলো বিলাক হুকা বাৰ