নিউজ ডেস্ক : অসম বিদ্যুৎ নিয়ামক নিগম (AERC)-ত নিযুক্তি সৃষ্টি হৈছে। নিগমে এক জাননী যোগে বিভাগটোত যুটীয়া সঞ্চালক (Regulatory Affairs and Finance Planning)-ৰ পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৬ জুলাই ২০২১-ৰ ভিতৰত অফলাইন যোগে আৱেদন কৰিব লাগিব।

যুটীয়া সঞ্চালক (Regulatory Affairs and Finance Planning)

পদৰ সংখ্যা – এটা পদ।

পে’ স্কেল – ৩০,০০০ – ১,১০,০০০ টকা, গ্ৰেড পে’ – ১৫,৭০০ টকা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা CA / ICWA / Chartered Financial Analyst (CFA) বা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Finance -ত MBA 

ইয়াৰ উপৰি প্ৰাৰ্থী ১৫ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰি ২০২১ চনত ৫০ বছৰৰ ভিতৰত হ’ব লাগিব।

আগ্ৰহী প্ৰাৰ্থীসকলে Secretary, Assam Electricity Regulatory Commission, Bidyut Niyamak Bhawan, ASEB Campus, Six Mile, Guwahati – 781001 ঠিকনাত নিজৰ যাৱতীয় ডকুমেণ্টছসহ আৱেদন কৰিব লাগিব। আৱেদনৰ শেষ তাৰিখ ২৬.০৭.২০২১।

বিতং বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : চিৰদিনৰ বাবে বন্ধ হ’ব গুৱাহাটী মহাগনগৰীৰ সকলো বিলাক হুকা বাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,113 other subscribers

Leave a comment

Leave a Reply