নিউজ ডেস্ক : অসম চৰকাৰৰ জলসম্পদ বিভাগত চাকৰি। এক বিজ্ঞাপন যোগে জলসম্পদ বিভাগে ১০০ টা সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাৰ পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

জলসম্পদ বিভাগত নিযুক্তি

পদসহকাৰী অভিযন্তা (চিভিল)কনিষ্ঠ অভিযন্তা (চিভিল)
পদৰ সংখ্যা৬৩৩৭
দৰমহা৩০০০০ টকাৰ পৰা ১১০০০০ টকা  গ্ৰে’ড পে’ ১২,৭০০ টকা১৪০০০ টকাৰ পৰা ৬০৫০০ টকা গ্ৰে’ড পে’ ৮,৭০০ টকা
অন্তিম তাৰিখN/AN/A
আৱেদনৰ প্ৰক্ৰিয়াঅনলাইনঅনলাইন
বয়স০১/০১/২০২১-ত ১৮ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব০১/০১/২০২১-ত ১৮ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব

সহকাৰী অভিযন্তাৰ বাবে প্ৰাৰ্থীসকলৰ AICTE -ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত BE হ’ব লাগিব।

কনিষ্ঠ অভিযন্তাৰ বাবে প্ৰাৰ্থীসকলৰ AICTE -ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা

আৱেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যদিও  www.waterresources.assam.gov.in ৱেবছাইটত সোনকালেই আৱেদনৰ দিন ঘোষণা কৰা হ’ব।

বিভাগীয়া বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : বিশিষ্ট চিন্তাবিদ, মানবতাবাদী লেখিকা ড: অনিমা গুহ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,276 other subscribers

Leave a comment

Leave a Reply