নিউজ ডেস্ক : অসম চৰকাৰৰ জলসম্পদ বিভাগত চাকৰি। এক বিজ্ঞাপন যোগে জলসম্পদ বিভাগে ১০০ টা সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাৰ পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।
জলসম্পদ বিভাগত নিযুক্তি
পদ | সহকাৰী অভিযন্তা (চিভিল) | কনিষ্ঠ অভিযন্তা (চিভিল) |
পদৰ সংখ্যা | ৬৩ | ৩৭ |
দৰমহা | ৩০০০০ টকাৰ পৰা ১১০০০০ টকা গ্ৰে’ড পে’ ১২,৭০০ টকা | ১৪০০০ টকাৰ পৰা ৬০৫০০ টকা গ্ৰে’ড পে’ ৮,৭০০ টকা |
অন্তিম তাৰিখ | N/A | N/A |
আৱেদনৰ প্ৰক্ৰিয়া | অনলাইন | অনলাইন |
বয়স | ০১/০১/২০২১-ত ১৮ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব | ০১/০১/২০২১-ত ১৮ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব |
সহকাৰী অভিযন্তাৰ বাবে প্ৰাৰ্থীসকলৰ AICTE -ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত BE হ’ব লাগিব।
কনিষ্ঠ অভিযন্তাৰ বাবে প্ৰাৰ্থীসকলৰ AICTE -ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা
আৱেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যদিও www.waterresources.assam.gov.in ৱেবছাইটত সোনকালেই আৱেদনৰ দিন ঘোষণা কৰা হ’ব।
বিভাগীয়া বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : বিশিষ্ট চিন্তাবিদ, মানবতাবাদী লেখিকা ড: অনিমা গুহ দেহাৱসান