নিউজ ডেস্ক : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম (ASFFDC)-ত সৃষ্টি হোৱা এটা কোষাধ্যক্ষ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে।

প্ৰাৰ্থীৰ বয়স ০১,০১,২০২১-ত ২২ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। বয়সৰ ক্ষেত্ৰত অনুসুচিত জনজাতি প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু অ’বিচি, এমঅ’বিচি প্ৰাৰ্থীৰ বাবে ৩ বছৰ ৰেহাই থাকিব।

প্ৰাৰ্থীক ৱাক-ইন-ইণ্টাৰ্ভিউৰ জৰিয়তে বাছনি কৰা হ’ব। ৱাক-ইন-ইণ্টাৰ্ভিউ ৭ অক্টোবৰত অনুষ্ঠিত হ’ব। সময় দিনৰ ১১ বজাৰ পৰা ২ বজাৰ ভিতৰত।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা একাউণ্টেনচিত বি কম বা এম কম থকাৰ লগতে কামৰ অভিজ্ঞতা থাকিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : গ্ৰেপ্তাৰ হ’ল ডিআইজি ৰৌণক আলী হাজৰিকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply