নিয়োগ বাৰ্তা :  Assam Tea Employees Provident Fund Organization (ATEPFO)  -ত ২৫ টা পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

এক বিজ্ঞাপন যোগে ATEPFO –ৰ মুখ্য কাৰ্য্যালয় তথা অসমৰ বিভিন্ন জিলাত থকা কাৰ্য্যালয় সমূহত ২৫ টা কনিষ্ঠ সহকাৰীৰ পদ খালী হৈ আছে বুলি জানিবলৈ দিছে।

আগ্ৰহী প্ৰাৰ্থীসকলে ১৫ ছেপ্টেম্বৰৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব লাগিব।

প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব।

বিজ্ঞাপনত প্ৰকাশ কৰা অনুসৰি ২৫ টা পদৰ ৮ টা পদ মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব।

প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হ’ব লাগিব আৰু ন্যূনতম ৬ মাহৰ কম্পিউটাৰ ডিপ্লমা থাকিব লাগিব।

আৱেদনৰ মাচুল ST/SC ৰ বাবে ২০০ টকা, অন্যান্য সকলৰ বাবে ৩০০ টকা আৰু PWD সকলৰ বাবে বিনামূলীয়া।

বিতং বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply