নিউজ বাৰ্তা : উত্তৰ গুৱাহাটীস্থিত Faculty Higher Secondary School –ত খালী হোৱা ৫টা পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব লাগিব।

পদসমূহ হৈছে – বাষ্কেটবলৰ প্ৰশিক্ষক ১ টা পদ, ভলীবলৰ প্ৰশিক্ষক ১ টা পদ, টেবুল টেনিছৰ প্ৰশিক্ষক ১ টা পদ, ক্ৰিকেটৰ প্ৰশিক্ষক ১ টা পদ।

প্ৰাৰ্থীৰ বয়স অহা ১ এপ্ৰিল ২০২২ চনৰ ভিতৰত ৩০ বছৰতকৈ অধিক হ’ব নালাগিব।

প্ৰাৰ্থীসকলক ৱাক ইন ইণ্টাৰ্ভিউৰ জৰিয়তে বাছনি কৰা হ’ব বুলি বিজ্ঞাপন যোগে জনোৱা হৈছে।

আৱেদনৰ অন্তিম তাৰিখ ২৩ অক্টোবৰ ২০২১।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক হোৱাৰ লগতে প্ৰশিক্ষণৰ অনুজ্ঞাপত্ৰ থকাটো বাধ্যতামূলক। ইয়াৰ উপৰি জিলা তথা ৰাজ্যিক পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ অভিজ্ঞতা থাকিব লাগিব।

ইচ্ছুক প্ৰাৰ্থীসকলে তেওঁলোকৰ বায়’ডাটা আৰু যাৱতীয় প্ৰমাণপত্ৰসহ অহা ২৩ অক্টোবৰত পুৱা ৯ বজাত উত্তৰ গুৱাহাটীস্থিত Faculty Higher Secondary School –ৰ ঠিকনাত পোৱাকৈ আহিব লাগিব।

যোগাযোগৰ নম্বৰ 9207046133 / 9707011967 ।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : ধলপুৰৰ উচ্ছেদ অভিযানৰ আঁৰৰ কাহিনী; এক ক্ষেত্ৰভিত্তিক প্ৰতিবেদন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,324 other subscribers

Leave a comment

Leave a Reply