নিউজ ডেস্ক : গুৱাহাটী উচ্চ ন্যায়ালয়ে এক বিজ্ঞাপন যোগে খালী হৈ থকা ১২ টা ল ক্লাৰ্ক পদত অস্থায়ী নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে।
আৱেদনৰ অন্তিম তাৰিখ ১৬ ছেপ্টেম্বৰ ২০২১। দৰমহা মাহিলি ২০,০০০ টকা।
প্ৰাথী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক, স্নাতকোত্তৰ বা ডক্টৰেট ডিগ্ৰীধাৰি হ’ব লাগিব।
প্ৰাৰ্থীসকলক লিখিত আৰু মৌখিক পৰীক্ষাৰ জৰিয়তে বাছনি কৰা হ’ব।
আৱেদনৰ মাচুল ৩০০ টকা। এছ চি, এছ টি প্ৰাৰ্থীৰ বাবে আৱেনদৰ মাচুল ১৫০ টকা। ১৮ ছেপ্টেম্বৰৰ ভিতৰত প্ৰাৰ্থীসকলে মাচুল ভৰ্তি কৰিব লাগিব।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : বাজপেয়ী ভৱনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৪৩ সংখ্যক তিৰৰভাৱ তিথি পালন