নিউজ ডেস্ক : দ্যা ইন্সটিটিউট অৱ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন’লজি (IASST) খালী হৈ থকা বিত্ত আৰু গণনা বিষয়া (FAO)-ৰ পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ ৱেবছাইটত গৈ অনলাইন যোগে আৱেদন কৰিব পাৰে। আৱেদনৰ অন্তিম তাৰিখ ২১ ছেপ্টেম্বৰ।

পদৰ নাম – Finance & Accounts Officer (FAO), পদৰ সংখ্যা – এটা।

দৰমহা – পে’ লেভেল ১১ (মাহিলি ৬৭,৭৭০ টকাৰ পৰা ২,০৮,৭০০ টকা), পে’ লেভেল ১০ (মাহিলি ৫৬,১০০ টকাৰ পৰা ১,৭৭,৫০০ টকা)।

প্ৰাৰ্থীৰ বয়স আৱেদন দাখিলৰ অন্তিম তাৰিখত ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা বাণিজ্যত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব আৰু ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

বিতং তথ্যৰ বাবে বিভাগীয় আৱেদন চাবলৈ ইয়াত ক্লিক কৰক।

অনলাইন আৱেদন কৰিবলৈ ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – পৰিয়ালকেন্দ্ৰিক কন্দলে ৰূপ ল’লে হত্যাকাণ্ডৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply