নিউজ ডেস্ক : গুৱাহাটীস্থিত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক (NESFB)-ত ৯৪ টা বিভিন্ন পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে।

এক বিজ্ঞাপন যোগে বেংকটোৱে ইচ্ছুক প্ৰাৰ্থীসকলক অনলাইন যোগে আৱেদন কৰিবলৈ কৈছে। নিৰ্বাচিত প্ৰাৰ্থীসকলে গুৱাহাটীকে ধৰি উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত নিযুক্তি লাভ কৰিব।

আৱেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ ২০২১।

খালী হৈ থকা পদসমূহ হৈছে – Chief Treasury Officer ১টা পদ, Head-Internal Audit ১টা পদ, Head-IT Applications ১টা পদ, Zonal Head (A Zone Comprises Of 3-4 Clusters) ৫ টা পদ, Cluster Business Manager (A Cluster Comprises Of 6-8 Branches) ২২টা পদ, Branch Head ১৩টা পদ, Area Credit Manager ১৭টা পদ, Credit Executive ১৭টা পদ।

শিক্ষাগত অৰ্হতাকে ধৰি আন তথ্যৰ বাবে বিজ্ঞাপন চাব পাৰে।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : আলফাত যোগদান কৰিবলৈ আহি জালত পৰিল সাত যুবক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,342 other subscribers

Leave a comment

Leave a Reply