নিউজ ডেস্ক : তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এন জি চি)ৰ যোৰহাটস্থিত কাৰ্য্যালয়ত চিকিৎসা বিষয়াৰ (চিকিৎসক) এটি পদত নিযুক্তি উলাইছে। এক বিজ্ঞাপন জৰিয়তে অ’ এন জি চিয়ে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। উক্ত নিযুক্ত ঠিকাভিত্তিক হ’ব বুলি বিজ্ঞাপনত উল্লেখ কৰা হৈছে।

Name of the Post পদMedical Officer (field duty) চিকিৎসা বিষয়া (ফিল্ড ড্যুটি)
No. of Posts পদৰ সংখ্যা1 (UR) ১টা (অসংৰক্ষিত)
Mode of Apply আৱেদনৰ প্ৰক্ৰিয়াby Email ইমেইল
Salary দৰমহাRs.75,000/ per month মাহিলি ৭৫,০০০ টকা
Age বয়সN/A জনোৱা হোৱা নাই
Recruitment Authority নিযুক্তি কৰ্তৃপক্ষOil And Natural Gas Corporation
(ONGC) Limited, Jorhat, Assam তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এন জি চি) লিমিটেড, যোৰহাট, অসম
Last Date অন্তিম দিন12 Jul 2021 ১২ জুলাই ২০২১

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা – এম বি বি এছ ডিগ্ৰীধাৰী হ’ব লাগিব।

অৰ্হতাসম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে যাৱতীয় ডকুমেণ্টছসহ ১২ জুলাইৰ ভিতৰত hrjorhat@ongc.co.in –ত ইমেইল কৰিব পাৰে।

বিতং তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

বিভাগীয় ৱেবছাইট : ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : দীপৰ বিলৰ স্বাৰ্থত পবিতৰাৰ মৰণ? কোনে ল’ব মহানগৰবাসীৰ আৱৰ্জনাৰ ভাৰ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply