নিউজ ডেস্ক : প্ৰধান মন্ত্ৰী আৱাস যোজনা (নগৰ), অসমে এক বিজ্ঞাপন যোগে আগ্ৰহী প্ৰাৰ্থীৰ পৰা খালী হোৱা ১৩ টা পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰিছে। ইচ্ছু প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে।

পদ সমূহ হৈছে – State Project Officer – Municipal Finance Expert ১ টা পদ, City Project Manager (MIS Specialist) ৭ টা পদ, City Project Manager (Municipal Finance Expert) ২ টা পদ, City Project Manager (Municipal Civil Engineer) ১ টা পদ, City Project Manager (Social Development Specialist) ২ টা পদ।

প্ৰাৰ্থীৰ বয়স ২৭ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব। আৱেদনৰ অন্তিম তাৰিখ ২৫ ছেপ্টেম্বৰ।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাকে ধৰি বিতং তথ্য জানিবৰ বাবে বিভাগীয় বিজ্ঞাপন চাব পাৰে।

বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

অনলাইন আৱেদন কৰিবলৈ ইয়াত ক্লিক কৰক।

লগতে পঢ়ক :

লগতে পঢ়ক : ধলপুৰৰ পাশৱিক ঘটনাই বিশ্বৰ আগত লজ্জাৱনত কৰিছে অসমকঃঅজাপ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,335 other subscribers

Leave a comment

Leave a Reply