নিউজ ডেস্ক : তেজপুৰস্থিত Defence Research Laboratory of Defence Research & Development Organisation (DRL-DRDO)- ত ৭ টা ৰিছাৰ্চ এছ’চিয়েট আৰু জুনিয়ৰ ৰিছাৰ্চ ফেল’ (JRF)ৰ নিযুক্তি মুকলি হৈছে।
অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে অহা ৩১ জুলাইৰ ভিতৰত drlteztc@gmail.comত ই-মেইল কৰি আৱেদন কৰিব পাৰে। নিযুক্তিৰ স্থান তেজপুৰ।
ৰিছাৰ্চ এছ’চিয়েট
- ৩টা পদ
- শিক্ষাগত অৰ্হতা : Zoology/Entomology/Horticulture/Food Science & Technology/ Microbiology/Biotechnology/Environmental Science/Life Sciences ত PhD
- ষ্টাইপেণ্ড : মাহিলি ৫৪,০০০ টকা
- বয়সৰ সীমা : ৩৫ বছৰ
জুনিয়ৰ ৰিছাৰ্চ ফেল’ (JRF)
- ২টা পদ
- শিক্ষাগত অৰ্হতা : NET সহ বায়’টেকন’লজিত স্নাতকোত্তৰ বা এম ফাৰ্ম বা টেক্সটাইল ইঞ্জিনিয়াৰিঙত M. Tech/ME
- ষ্টাইপেণ্ড : মাহিলি ৩১,০০০ টকা
- বয়সৰ সীমা : ২৮ বছৰ
জুনিয়ৰ ৰিছাৰ্চ ফেল’ (JRF)
- ২টা পদ
- শিক্ষাগত অৰ্হতা : NETসহ Botany/Microbiology/Biotechnology/Environmental Science/Life Sciences-ত স্নাতকোত্তৰ
- ষ্টাইপেণ্ড : মাহিলি ৩১,০০০ টকা
- বয়সৰ সীমা : ২৮ বছৰ
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক
লগতে পঢ়ক : বিশিষ্ট অভিনেতা নাছিৰুদ্দিন শ্বাহ অসুস্থ; চিকিৎসালয়ত ভৰ্তি