নিউজ ডেস্ক : ব্ৰহ্মপুত্ৰ বৰ্ডৰ ৩৯ টা পদত নিযুক্তি ওলাইছে। এক জাননী যোগে বৰ্ডে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

পদসমূহ হৈছে:

Deputy Chief Engineer (Non-Ministerial Cadre) ৩ টা পদ

পে’ স্কেল – ১,১৮,৫০০ টকাৰ পৰা ২,১৪,১০০ টকা

Superintending Engineer (Civil) (Non-Ministerial Cadre) ৮ টা পদ

পে’ স্কেল – ৭৮,৮০০ টকাৰ পৰা ২,০৯,২০০ টকা

Deputy Secretary (Ministerial Cadre) ১ টা পদ

পে’ স্কেল – ৭৮,৮০০ টকাৰ পৰা ২,০৯,২০০ টকা

Executive Engineer (Civil) (Non-Ministerial Cadre) ১১ টা পদ

পে’ স্কেল – ৬৭,৭০০ টকাৰ পৰা ২,০৮,৭০০ টকা

Executive Engineer (Mechanical) (Non-Ministerial Cadre) ১ টা পদ

পে’ স্কেল – ৬৭,৭০০ টকাৰ পৰা ২,০৮,৭০০ টকা

Assistant Executive Engineer (Civil) (Non-Ministerial Cadre) ৯ টা পদ

পে’ স্কেল – ৫৬,১০০ টকাৰ পৰা ১,৭৭,৫০০ টকা

Assistant Executive Engineer (Mechanical) (Non-Ministerial Cadre) ১ টা পদ

পে’ স্কেল – ৫৬,১০০ টকাৰ পৰা ১,৭৭,৫০০ টকা

Assistant (Ministerial cadre) ৫ টা পদ

পে’ স্কেল – ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০ টকা

লগতে পঢ়ক : চৰকাৰৰ পৰিৱেশ বিনষ্টকাৰী সিদ্ধান্তৰ বিৰুদ্ধে চন্দ্ৰপুৰবাসীয়ে অব্যাহত ৰাখিছে সপ্তাহজোৰা প্ৰতিবাদ

সকলো পদৰ বাবে প্ৰাৰ্থীসকলক অভিজ্ঞতা সম্পন্ন হ’ব লাগিব। প্ৰাৰ্থীৰ বয়স আৱেনদৰ অন্তিম তাৰিখত ৫২ বছৰৰ ভিতৰত হ’ব লাগিব। আৱেদনৰ অন্তিম তাৰিখ হৈছে ৩০ জুলাই, ২০২১। বিতং তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাওক।

নিৰ্বাচিত প্ৰাৰ্থীসকলক গুৱাহাটী, আগৰতলা, শিলিগুৰি, নলবাৰী, যোৰহাট, গেংটক, ইম্ফল, আইজল বা ডিমাপুৰত নিযুক্তি দিয়া হ’ব।

আগ্ৰহী প্ৰাৰ্থীসকলে বিতং তথ্যৰ বাবে ইয়াত ক্লিক কৰি বিভাগীয় বিজ্ঞাপন আৰু আৱেদন ফ’ৰ্ম ডাউনলড কৰিব পাৰে।

বিজ্ঞাপনৰ সৈতে সংলগ্ন ‘Bio-Data Proforma’ খন ভৰ্তি কৰি ৩০ জুলাইৰ ভিতৰত The Secretary, Brahmaputra Board, Basistha, Guwahati-29 ঠিকনাত প্ৰেৰণ কৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,127 other subscribers

Leave a comment

Leave a Reply