নিউজ ডেস্কঃ সোমবাৰৰ পৰা ৰাজ্যজুৰি আইঅচিএল কৰ্তৃপক্ষই থলুৱা পৰিবহন সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ ঘোষণা কৰিছে। ইয়াৰ ফলত অনাগত দিনত অসমত এলপিজি চিলিণ্ডাৰৰ অভাৱে দেখা দিব পাৰে।

উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জা, গোপানাৰী তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ আৰু দুলীয়াজান বটলিং প্লান্টৰ পৰিবহন সেৱা বন্ধ থাকিব এই ধৰ্মঘট ঘোষণাৰ ফলত।

উল্লেখ্য যে, এই অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ আহ্বান জনোৱা উত্তৰ-পূব পেকড এলপিজি পৰিবহনকাৰী সংস্থা চমুকৈ এনইপিএলটিএয়ে এই কথা উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply