মেঘালয়ৰ বেদখলক লৈ সদনত হুলস্থুলীয়া পৰিৱেশ৷ শাসন আৰু বিৰোধীৰ বাকযুদ্ধ৷
সভাস্থগিত প্ৰস্তাব উত্থাপন বিধায়ক নুৰুল হুদাৰ ৷
এআইইউডিএফ বিধায়ক ফণী তালুকদাৰৰ মতে তেওৰ ঘৰৰ সন্মুখতে বেদখল কৰিছে ৷
অসমৰ মাটিত মেঘালয়ৰ ড্ৰোণ লৈ পৰ্যবেক্ষণক লৈ বিৰোধীয়ে উত্তাল কৰে অসম বিধান সভা ৷
অসম মেঘালয়ৰ সীমাক লৈ উত্তপ্ত সদনত অসমৰ ভূমি দখল কৰা নাই বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ
মন্ত্ৰী গৰাকীৰ মতে জিলা প্ৰশাসনৰ অনুমতি লৈ এই চাৰ্ভে চলাইছে | অসমৰ ফালৰ পৰাও এই চাৰ্ভে চলোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷
বিধায়ক পদ্ম হাজৰিকাৰ মতে বিৰোধীয়ে ৰাজনীতি কৰিছে, অসম চৰকাৰে এক ইঞ্চিও মাটি এৰি নিদিয়ে ৷
অসমৰ মাটিত মেঘালয়ৰ ৰঙা চিহ্ন, দিছপুৰলৈকে অসমৰ মাটিত বেদখলৰ অভিযোগ তুলি সদনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তুলা-ধূনা বিৰোধীৰ।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে৷ মূলতঃ অসম–মিজোৰাম সীমা বিবাদক কেন্দ্র কৰি উদ্ভৱ হোৱা পৰিস্থিতিক লৈ মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক মুখ্যমন্ত্ৰীক সাক্ষাতৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ আবকাৰী বিষয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply