মঙলদৈ: বুধবাৰে মঙলদৈ পৌৰ সভাৰ নৱ নিৰ্বাচিত খণ্ড আয়ুক্তসকলে কাৰ্য্যভাৰ গ্ৰহণ কৰে। মঙলদৈ পৌৰ সভাৰ সভাগৃহত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মঙলদৈৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলিপ শইকীয়া, প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, মঙলদৈ পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া ৰিনী হাজৰিকাৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজ।

লগতে পঢ়ক – বতৰৰ আগজাননী; অহা পাঁচদিনত অসমক প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply