মঙলদৈ: স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ তিনিটা দিন। স্বাধীনতা দিৱসৰ প্ৰাকক্ষনত সষ্টম হৈ উঠিছে দৰঙ আৰক্ষী প্ৰশাসন ৷

কূটঘাতমূলক কাৰ্য ৰোধৰ বাবে দৰঙৰ প্ৰৱেশদ্বাৰ সমূহত নাকা তালাচী বহুৱাই আৰক্ষীয়ে চাৰিচকীয়া আৰু দুচকীয়া বাহনসমূহৰ তালাচী অভিযান অব্যাহত ৰাখিছে ৷

ভাৰত চৰকাৰে অহা ১৩, ১৪ আৰু ১৫ আগষ্টত তিনিদিনীয়াকৈ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ আহ্বান জনোৱাৰ সময়তে কূটাঘাতকাৰীয়ে যাতে কোনোধৰনৰ কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ পতি লক্ষ্য ৰাখি আৰক্ষীয়ে বিভিন্ন ঠাইত তালাচী অভিযান চলাই আছে।

আৰক্ষী প্ৰশাসনে আশা প্ৰকাশ কৰে যে আগন্তুক স্বাধীনতা দিৱস কোনো কুটাঘাট সংঘটিত নোহোৱাকৈ পাৰ হ’ব।

লগতে পঢ়ক – দিছপুৰ থানাত বিজেপি মহিলা মৰ্চাৰ ৰাখী উৎসৱ পালন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply