নিউজ ডেস্কঃ অসম আৰক্ষীৰ (AB/UB) কনিষ্টবল পদৰ মৌখিক পৰীক্ষাৰ বাবে আজিৰে পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। অহা ১১জুলাইত অনুষ্ঠিত হ’ব কনিষ্টবল পদৰ মৌখিক পৰীক্ষা। অসম আৰক্ষীৰ ২১৩৪ টা খালী হৈ থকা পদৰ বাবে ২৪এপ্ৰিল ২০২২ ত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা।

লিখিত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলে www.slprbassam.in এই ৱেবছাইটত ক্লিক কৰি এপ্লিকেচন নম্বৰ, পৰীক্ষাৰ্থী গৰাকীৰ নাম আৰু ৰোল নং ব্যৱহাৰ কৰি মৌখিক পৰীক্ষাৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply