নিউজ ডেস্ক: সমগ্ৰ দেশৰ লগতে অসমতো পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জ্বলা-ক’লা খুৱাইছে। লখিমপুৰত আজি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চই প্ৰতিবাদত সাব্যস্ত কৰে।

সংগঠনটোৰ সদস্য সকলে লখিমপুৰ নগৰৰ মাজ মজিয়াত যোগান মন্ত্রীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

বিজেপি চৰকাৰখনক ‘তেজপিয়া চৰকাৰ’ বুলি অভিহিত কৰি চৰকাৰখনে জনসাধাৰনৰ টেটু চেপি ধৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে অসমীয়া যুৱ মঞ্চই।

লগতে পঢ়ক – আফস্পা মুক্ত অসমৰ ৬০ শতাংশ অঞ্চল, জানক কোন কেইখন জিলাত থাকিব আইখন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,475 other subscribers

Leave a comment

Leave a Reply Cancel reply