নিউজ ডেস্ক : অসম ৰাইফলছে গ্ৰুপ বি আৰু গ্ৰুপ চি পদৰ বাবে লিখিত পৰীক্ষা, শাৰীৰিক দক্ষতা পৰীক্ষা (PET) আৰু শাৰীৰিক সক্ষমতা (PST) পৰীক্ষাৰ প্ৰৱেশ-পত্ৰ জাৰি কৰিছে।

যিসকল প্ৰাৰ্থীয়ে উক্ত পদ দুটা পৰীক্ষাৰ (Assam Rifles Exam 2021) বাবে আৱেদন কৰিছে তেওঁলোকে অসম ৰাইফলছৰ ৱেবছাইটৰ assamrifles.gov.in পৰা প্ৰৱেশ-পত্ৰ ডাউনল’ড কৰিব পাৰে।

অহা ১ ডিচেম্বৰত অসমৰ হাফলং, ডিফু, শিলচৰ আৰু নাগালেণ্ডৰ ডিমাপুৰৰ মুঠ পাঁচটা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি জনোৱা হৈছে।

ইয়াৰ উপৰি প্ৰাথীয়ে ইয়াত ক্লিক কৰিও নিজৰ প্ৰ-পত্ৰ ডাউনল’ড কৰিব পাৰে। পৰীক্ষা কেন্দ্ৰলৈ প্ৰাৰ্থীসকলে প্ৰৱেশ-পত্ৰখন প্ৰিণ্ট কৰি লৈ অনাৰ লগতে ফটো প্ৰমাণ পত্ৰ আৰু অন্যান্য যাৱতীয় ডকুমেণ্টছ সমূহ লগত আনিব লাগিব।

লগতে পঢ়ক : ১ কোটি টকাৰ পুৰস্কাৰ কঢ়িওৱা শীৰ্ষ মাওবাদী নেতাক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,511 other subscribers

Leave a comment

Leave a Reply