গুৱাহাটী : শনিবাৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ল অসম ৰাজ্যিক চিৰিয়াখানা। শনিবাৰৰ পৰা আৰম্ভ হোৱা ৬৭ তম বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি পৰ্যটকৰ বাবে মুকলি কৰা হয় অসম ৰাজ্যিক চিৰিয়াখানা।
ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে দীর্ঘদিন ধৰি পৰ্যটকৰ বাবে বন্ধ হৈ থকা পৰ্যটকৰ বাবে মুকলি কৰা হ’ল অসম ৰাজ্যিক চিৰিয়াখানা শনিবাৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। বন্যমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল অসম ৰাজ্যিক চিৰিয়াখানা।
বন্যমন্ত্ৰী গৰাকীয়ে হাতীক কল আৰু কুঁহিয়াৰৰ খুৱাই পৰ্যটকৰ বাবে মুকলি কৰে অসম ৰাজ্যিক চিৰিয়াখানা। উল্লেখ্য যে শনিবাৰৰ পৰা আৰম্ভ হৈছে ৬৭ তম বন্যপ্ৰাণী সপ্তাহ। অহা ৮ অক্টোবৰলৈ চলিব লগীয়া এই বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক চিৰিয়াখানা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।
লগতে পঢ়ক : মেঘালয়ৰ শোকাবহ বাছ দুৰ্ঘটনাৰ চালকসহ দুজনৰ মৃতদেহ উদ্ধাৰ
ক’ভিডৰ প্ৰথমটো ঢৌৰ পিছতে পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া চিৰিয়াখানা চলিত বৰ্ষৰ ২ জানুৱাৰীৰ পৰা প্ৰতিদিনে ১০০০ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছিল চিৰিয়াখানা। কিন্ত ক’ভিডৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱাৰ লগে লগে পুনৰ পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰা হৈছিল চিৰিয়াখানাত।