নিউজ ডেস্ক : বিত্তিয় কেলেংকাৰীত সোমাই পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ৰঞ্জিত তামুলীক তেওঁৰ পদৰ পৰা অপসাৰণ কৰা হয়, সোমবাৰে ৰাজ্যপাল জগদীশ মুখীৰ নিৰ্দেশ মৰ্মে তেওঁক অপসাৰিত কৰা হয়।
ৰাজ্যপালৰ সচিবালয়ৰ পৰা জাৰি কৰা এখন জাননীৰ জৰিয়তে উপাচাৰ্য্য গৰাকীক পদৰ পৰা অপসাৰণ কৰা হয়।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত উপাচাৰ্য্য ৰঞ্জিত তামুলীক বিত্তিয় অনিয়ম আৰু ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগত নিলম্বন কৰা হৈছিল।
বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপালে গঠন কৰি দিয়া তদন্ত কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত নিলম্বিত উপাচাৰ্য ড০ ৰঞ্জিত তামুলীক বৰ্খাস্ত কৰা হ’ল ।
লগতে পঢ়ক : বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত “ঢেঁকীশালৰ জলপান”