নিউজ ডেস্ক : ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া টেট পৰীক্ষাৰ সময়সূচী সলনি কৰা হৈছে। অহা ৩১ অক্টোবৰত অনুষ্ঠিত কৰা হ’ব টেট পৰীক্ষা, শিক্ষা মন্ত্ৰী ৰণোজ পেগুয়ে টুইট যোগে সদৰী কৰিছে এই কথা।
একেটা দিনতে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্য্যায়ৰ টেট পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।
ইয়াৰ পূৰ্বে ২৪ অক্টোবৰত টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।
লগতে পঢ়ক : যোৱা ২৪ ঘণ্টাত ৰাজ্যত ২৭০ জন লোক ক’ভিডত আক্ৰান্ত