মাজুলী: মাজুলীৰ মহৰী চুকত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰা খহনীয়া। খহনীয়াত ইতিমধ্যে জাহ গৈছে এখন বিদ্যালয়।

সেই স্থানত উপস্থিত হয় জনপ্ৰিয় চিত্ৰ শিল্পী নীলিম মহন্ত আৰু লগত তেওঁৰ সতীৰ্থ শিল্পী।

ছবিৰ মজেৰে নীলিম মহন্তই গৰা খহনীয়াৰ পৰা মাজুলীক ৰক্ষা কৰিবলৈ চৰকাৰ তথা অসমবাসীৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে।

যেন ছবিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি।

লগতে পঢ়ক – সোণাপুৰ টোলগেটত ১৪ কোটি টকাৰ মৰ্ফিন জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply