নিউজ ডেস্কঃ অসমীয়া ছবি জগতলৈ সুখৰ বতৰা। ভাৰতীয় চুটি ছবি চলচ্চিত্ৰ মহোৎসৱ ২০২১ত অসমীয়া যুৱকৰ সফলতা।

‘ৰিভিজিটিং চলিহা’ শীৰ্ষক চুটি ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে নগাঁৱৰ পুৰণিগুদামৰ ইন্দ্ৰনীল গায়নে।

লগতে পঢ়কঃঅভিনেতা চনু সুদৰ কাৰ্যালয়ত আয়কৰ শাখাৰ দল

বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ গল্পৰ ভিত্তিত নিৰ্মাণ হৈছে এই চুটি ছবিখন।

কেইবাটাও গল্পৰ চৰিত্ৰ আৰু প্লটক বিষয়বস্তু হিচাপে লৈ ছবিখন নিৰ্মাণ কৰা হৈছে।

এই চলচ্চিত্ৰ মহোত্‍সৱ বাংগালুৰুত অনুষ্ঠিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply