নিউজ ডেস্কঃ কোভিডত আক্ৰান্ত ধিং এক্সপ্ৰেছ হিমা দাস। মঙলবাৰে হিমাৰ দেহত ধৰা পৰে কোৰোণাৰ অৱস্থিতি।

হিমাৰ দেহত সামান্য লক্ষণ দেখা পোৱাত পৰীক্ষা কৰাৰ সময়তে দেহত কভিডৰ উপস্থিতি ধৰা পৰে |

সম্প্ৰতি পাটিয়ালাত আছে তাৰকা খেলুৱৈগৰাকী। ১০ অক্টোবৰত গৈ পাতিয়ালাত উপস্থিত হৈছিল গৈ হিমা দাস।

লগতে পঢ়কঃপুনৰ গুৱাহাটীৰ ফেৰীত অঘটন

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱা হিমা দাসে আকৌ আৰম্ভ কৰিছিল অনুশীলন।

দেশত কোভিডৰ সংহাৰ এতিয়াও অব্যাহত আছে। যোৱা ২৪ ঘন্টাত ১৫,৮২৩ গৰাকী আক্ৰান্ত হৈছিল। বিগত ২৪ ঘন্টাৰ ভিতৰক মৃত্যু ঘটিছে ২২৬ কোভিড আক্ৰান্তৰ।


Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply