কৰিমগঞ্জঃ কৰিমগঞ্জৰ বদৰপুৰত শোকাবহ পথ দুৰ্ঘটনা।

ট্ৰাক-অ’টোৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন।

নিহত দুজন মজিবুৰ ৰহমান আৰু মহম্মদ জয়নাল বুলি চিনাক্ত কৰা হৈছে।

আহত আন এজন লোকক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়কঃফকিৰগঞ্জ-মাটিফাটাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply