প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

কোকৰাঝাৰঃ ৰাজ্য়ত বৃদ্ধি পাইছে গৰু-ম’হৰ চোৰাং ব্যৱসায়।

কোকৰাঝাৰ জিলাৰ বগৰীবাৰীত আৰক্ষীয়ে জব্দ কৰে এখন ম’হ ভৰ্ত্তি ট্ৰাক। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ২০টাকৈ ম’হ।

আৰু পঢ়কঃ বিলাসীপাৰাত দুৰ্ধৰ্ষ চোৰ আটক

লগতে আৰক্ষীয়ে ম’হৰ চোৰাং ব্যৱসায়ীৰ লগত জড়িত পাঁচজন লোককো আটক কৰিবলৈ সক্ষম হয়।
মহকুমা আৰক্ষী বিষয়া(এছডিপিঅ’) নেতৃত্বত এটা আৰক্ষী দলে গোপন সূত্ৰৰ ভিত্তিত বগৰীবাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তত এই অভিযান চলাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply