নলবাৰী, আজিজ আলীঃ বাহাৰঘাটৰ বৰলীয়া নৈৰ পানী জুৱলিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ । পূৰ্নকামদেৱ গাঁৱত উদ্ধাৰ হৈছে মৃতদেহটো ।

ইফালে, মৃতদেহটো লহকৰ পাৰাৰ মুনু লহকৰ বুলি চিনাক্ত কৰা হৈছে। ৪৮ বছৰীয়া মুনু লহকৰে আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।

উল্লেখ্য যে, স্বামী তথা জী-জোৱাই, পুত্ৰ-বোৱাৰী সমন্বিতে এখন সুন্দৰ সংসাৰ থকাৰ পাছতো মহিলা গৰাকীয়ে আত্মহত্যা কিয় কৰিলে তাক লৈও সন্দেহৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply