বাইহাটা : এইবাৰ বাইহাটাত ভয়ংকৰ পথ দুর্ঘটনা। পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে। এম্বুলেন্স আৰু টেম্পোৰ মাজত হোৱা মুখামুখী সংঘর্ষত প্ৰাণ হেৰুৱাই ৫ জনকৈ লোকে।

শুকুৰবাৰে নিশাৰ ভাগত বাইহাটাত সংঘটিত হয় এক শোকবাহ পথ দুর্ঘটনা। এম্বুলেন্স আৰু টেম্পোৰ মাজত হোৱা মুখামুখী সংঘর্ষত ৫ জনকৈ লোক নিহত হয়। নিহত লোক সকল হৈছে ক্ৰমে ববিতা বড়ো, উত্তম ৰাজবংশী, বিমলা বড়ো, বিলেশ্বৰী বড়ো আৰু তুফান বড়ো।

লগতে পঢ়ক : ১৩ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্যৰে গছপুলি ৰোপন কাৰ্যসূচী

পথ দুর্ঘটনাত বিমলা বড়ো নামৰ মহিলা গৰাকী দুৰ্ঘটনাস্থলীতে নিহত হোৱাৰ পৰিবৰ্তে অন্য চাৰি গৰাকী চিকিৎসালয়ত মৃত্যুৰ মুখত পৰে। আহত চাৰি গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত চাৰিও গৰাকীৰ মৃত্যু ঘটে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply