বাক্সাঃ বাক্সাত বহু পৰিমাণৰ গাঞ্জাসহ এজন আটক। আটকাধীন গাঞ্জা ব্যৱসায়ীজন ৰমেশ ডেকা।

বৃহস্পতিবাৰে, শুৱাগপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল চেত্ৰীৰ নেতৃত্বত গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱা আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়াই অভিযান আটক কৰে গাঞ্জাৰ ব্যৱসায়ী জনক।

আৰু পঢ়কঃ শিৱসাগৰত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

আৰক্ষীয়ে ৰমেশ ডেকাৰ পৰা জব্দ কৰে ৭ কেজি গাঞ্জা। উল্লেখ্য যে, ৰমেশ ডেকাই নাওকাটাৰ এখন চাহৰ দোকানত বহুদিন ধৰি চলাই আহিছিল ব্যৱসায় ।

বৰ্তমান আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply