জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাৰ বিভিন্ন অঞ্চলত আবকাৰী বিভাগৰ অভিযান ।

চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত চাৰিদুৱাৰ আৰক্ষী আৰু আবকাৰী বিভাগে চলাই এই অভিযান।

লগতে পঢ়কঃশিশুৰ কলৰৱে মুখৰিত শুক্লাইৰ “জহলাওফুৰী উদ্যান”

অভিযানকাৰী দলটোৱে বহুকেইটা মদৰ ঘাটি উৎখাত কৰাৰ লগতে প্ৰায় ৩০০০ লিটাৰ চুলাই বনোৱা সামগ্ৰীৰ লগতে ১০০০ লিটাৰ চুলাই নষ্ট কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply