তেজপুৰঃ চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সফলতা।

খনামুখৰ গুদামঘাটৰ পৰা ৩জন ড্ৰাগছ সৰবৰাহকাৰী সহ ৩ লাখ টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ।

গুদামঘাটৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৩৬ টা ব্ৰাউন চুগাৰৰ কন্টেনাৰ।

চাৰিদুৱাৰ আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত চলিছিল এই অভিযান।

লগতে পঢ়কঃশ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান জ্যেষ্ঠ সাংবাদিক মনজিত বৰাক

আটকাধীন ড্ৰাগছ মাফিয়া কেইজন ক্ৰমে ৰুহুল আমিন, ৰাজিবুৰ ওৰফে ৰাজু আৰু নুৰজামাল হক।

ইফালে ৰুহুল আমিনক আৰক্ষীয়ে সোধপোছ কৰি থকা অৱস্থাত আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ লওঁতেই ৰুহুলক ভৰিত গুলিয়াই আৰক্ষীয়ে।

বৰ্তমান ৰহুল আমিনক তেজপুৰ চিকিৎসা মহাবিদ্যালৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply