বালিপাৰাঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীথানাৰ পৰা আচামীৰ পলায়ন।
সোমবাৰে নিশা পলায়ন কৰে আকাশ দৰ্জী নামৰ আচামীজনে।
যোৱা ১৭ তাৰিখে আৰক্ষীয়ে আটক কৰিছিল আকাশ দৰ্জীক।
লগতে পঢ়কঃচাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন আত্মসাৎ
চাৰিদুৱাৰৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সামগ্ৰী চুৰ কৰি তাণ্ডৱ সৃষ্টি কৰি আহিছিল আকাশে।
যোৱা নিশা থানাৰ পৰা স্বাস্থ্য পৰীক্ষা কৰিবলৈ লৈ যাওতেই পলায়ন কৰে আকাশ দৰ্জীয়ে।